ADRE 2.0 Study Important MCQ (Mixed top 10)
Q1:ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাপক কোন আছিল?
1)ৰজা ৰাম মোহন ৰায়
2)স্বামী বিবেকানন্দ
3)কেশৱ চন্দ্ৰ সেন
4)বাল গঙ্গাধৰ তিলক
1)ৰজা ৰাম মোহন ৰায়
Q2:ভাস্কো -ডা -গামা ভাৰতলৈ সাগৰীয় ৰোট কিমান খৃঃ আৱিষ্কাৰ হৈছিল?
1)1498
2)1451
3)1547
4)1598
1)1498 Q3:কাজিৰঙাক কেতিয়া Tiger Reserve কৰা হৈছে? 1)2006 2)2007 3)2011 4)2010
1)2006 Q4:RBI ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত? 1)মুম্বাই 2)দিল্লী 3)গুৱাহাটী 4)আহমেদাবাদ
1)মুম্বাই Q5:ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? 1) হাতী 2) বনৰীয়া ঘোঁৰা 3) বান্দৰ 4) দেও হাঁহ
2) বনৰীয়া ঘোঁৰা Q6:উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? 1)গধাদৰ সিংহ 2)শিৱ সিংহ 3)প্ৰমত্বা সিংহ 4)প্ৰতাপ সিংহ
1)গধাদৰ সিংহ Q7:অসমত চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? 1)1857 2)1690 3)1830 4)1789
1)1857 Q8:অসমীয়া উপন্যাস মাকামৰ লেখক কোন? 1)ৰোহিনী শৰ্মা 2)নলিনীবালা দেৱী 3)মামণি ৰয়চম গোস্বামী 4)ৰীতা চৌধুৰী
4)ৰীতা চৌধুৰ Q9:1829 চনত সতিদাস প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষেধ কৰিছিল? 1)লৰ্ড কেনিং 2)লৰ্ড ডেলহাউচি 3)লৰ্ড উলিয়াম বেটিং 4) লৰ্ড মাতেৱেটিং
4) লৰ্ড মাতেৱেট Q10:লাহোৰ অধিৱেশন কোন বছৰত পূৰ্ণ স্বৰাজ বিপ্লৱৰ অনুমোদন হৈছিল? 1)1927 2)1928 3)1929 4)1930
3)1929
0 Comments
if you have any doubts let me know